juri dutta Sonowal profile
juri dutta Sonowal
132 10 1
Posts Followers Following
busyness women
juri dutta Sonowal
Quote by juri dutta Sonowal - নিজৰ প্ৰয়োজনৰ সময়ত 
মাত মাতিবলৈ শিকিব লাগে
অন্যথা মানুহে দুৰ্বল বুলি ভাবি
লয় ।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - কিছুমান মানুহ আপোনাৰ 
জীৱনলৈ আহে কেৱল 
নিজৰ স্বাৰ্থ পূৰণৰ বাবে।
তেওঁলোকৰ স্বাৰ্থ শেষ হ'লেই
 আপোনাৰ প্ৰয়োজনো
শেষ হৈ যায়।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - মই কিয় কৰিম তেওঁ কিয় নকৰে বুলি 
ভাবি থাকোঁতেই এটা সম্পৰ্ক 
বহু দূৰলৈ গুচি যায়।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - প্ৰশংসা কৰিলে সকলোৱেই 
সুখী হয় সেয়া লাগিলে মিছাকৈয়ে
কৰক কিন্তু সত্যটো কবলৈ গ'লে 
আপুনি সকলোৰে অপ্ৰিয় হ'ব 
সেয়া লাগিলে আপোনাৰ আপোন
কোনোবাই নহওঁক!
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - আপোনাৰ চকুৰ পানীৰ
টোপাল টোকো মৰম দি‌য়ক।
যি স্থানত চকু পানীৰ মূল্য নাই,
আপুনি অন্তৰত বাৰে বাৰে 
আঘাত পায় আহিছে সেই স্থানত 
চকু পানীৰ পৰিবৰ্তে 
 সাহসেৰে পৰিস্থিতিৰ 
সন্মুখীন হ'বলৈ চেষ্টা কৰক।
অন্যথা আপোনাক সকলোৱে 
দূৰ্বল বুলি ভাবি বেছিকৈহে
আঘাত দিবলৈ চেষ্টা কৰিব।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - এজন ব্যক্তিৰ 
অন্তৰত থকা দুখ
বোৰেও সময়ত তেওঁক
বহুত সলনি কৰি পেলাব পাৰে।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - অকণমান সময় দি,
কথাবোৰক গুৰুত্ব দি 
আৰু হেঁপাহেৰে কৰা 
 কামবোৰক সন্মান কৰি
 অকণমান মৰম দিলেই 
এগৰাকী নাৰী সুখী হব পাৰে ।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - সুখৰ সময়তকৈ দুখৰ
সময়ত লগ দিয়া জনহে
আচল আপোন মানুহ।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
1 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - প্ৰয়োজন অনুসৰি কথাৰ
প্ৰত্যুত্তৰ দিয়াজন অহংকাৰী বা
মুখ চোকা নহ'বও পাৰে, এয়া নিজৰ 
আত্মসন্মান ৰক্ষাৰ বাবেও হ'ব পাৰে।
✍️ juri dutta Sonowal  - Made using Quotes Creator App, Post Maker App

Explore more quotes

juri dutta Sonowal
Quote by juri dutta Sonowal - আমি আমাৰ শত্ৰুক সদায় 
সন্মান কৰা উচিত 
কিয়নো  পৃথিৱীত একমাত্ৰ 
তেওঁ লোকেহে আমাক
সকলোতকৈ ওপৰত 
আৰু বহুত কিবাকিবি থকা 
বুলি ভাবি লয়।
✍️juri dutta Sonowal. - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - আশা কৰিলেও কষ্ট পাব 
লগীয়া হয় আৰু আনক
আশা দিলেও কষ্ট 
দিয়া হয়।
,✍️juri dutta Sonowal.
 - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - য'ত আপোনাৰ বাবে মৰম আৰু সন্মান 
নাই আপুনি সেই স্থানৰ পৰা দূৰত্ব বজাই 
 ৰাখক অন্যথা মানসিক কষ্ট পাব।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - 
চৌপাশৰ লোক বোৰক সুখী কৰি 
ভাল লগাবলৈ চেষ্টা কৰিলে গোটেই 
জীৱন পাৰ হৈ যাব,কাকো সুখী 
কৰিব নোৱাৰি কিয়নো মানুহে আনে কৰা 
সকলো কামতে কিবা নহয় কিবা এটা 
আসোঁৱাহ উলিয়াবই, গতিকে 
সদায় নিজে নিজক গুৰুত্ব দি 
কাৰো অনিষ্ট নোহোৱাকৈ নিজৰ ভাল 
লগা কাম বোৰ কৰি যাব লাগে।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - কথাই প্ৰতি আনৰ দোষ 
ধৰা মানুহ বোৰে নিজেও
শান্তিত নেথাকে আৰু 
আনকো শান্তিত
 থাকিবলৈ নিদিয়ে।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - যেতিয়ালৈকে তোমাৰ ওচৰত 
দিবলৈ সামৰ্থ্য থাকিব 
তেতিয়ালৈকে তোমাক বিচৰা 
মানুহ বহুত ওলাব, অন্যথা 
দিব পৰা সামৰ্থ্য নাথাকিলেই 
সকলোৰে বাবে এলাগী হ'ব লাগিব।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - কাৰোবাৰ পৰা 
যিমানেই আশা  কৰিবা 
সিমানেই  জীৱনটো 
দুখেৰে কটাবলগীয়া হ'ব।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - কোন কাৰ কিমান আপোন
সেয়া কেৱল সময়েহে 
কয়।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - প্ৰকৃত এজন মানুহে
যেতিয়া নিজৰ বেয়া সময় বোৰ
পাৰ  কৰি আহে তেওঁ আকৌ 
কেতিয়াও  আনৰ বাবে সেই দিন
অহাটো নিবিচাৰে।
✍️ জুৰি দত্ত সোনোৱাল।
 - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - আনে কৰা সামান্য 
ভুল বোৰতে আসোঁৱাহ
 উলিওৱা 
লোক সকলে নিজৰ 
ক্ষেত্ৰত সেই একেটা 
ভুলকে হ'লে বা
কৰিলে কিন্তু সেয়া ভুল 
বুলি ভাবি নলয়।।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments

Explore more quotes

juri dutta Sonowal
Quote by juri dutta Sonowal - সেই সকল লোকৰ ওচৰৰ 
পৰা নিজকে সদায় আতঁৰাই 
ৰাখিব লাগে ,যি সকলে 
কেতিয়াও নিজৰ ভুল স্বীকাৰ
নকৰে আৰু প্ৰাকে প্ৰকাৰে 
নিজৰ দোষ সমূহো আনৰ
গাত জাপি দিবলৈ চেষ্টা কৰে।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - লাহ-বিলাহ‌ , ভ্ৰমণ আদি বোৰ সদায়
নিজৰ পচন্দ অনুযায়ী আৰু 
সামৰ্থ অনুসাৰে  কৰিব লাগে।
আনৰ লগত মিলাবলৈ গৈ বা
আনক দেখুৱাবলৈ গৈ কৰা
এনে ধৰণৰ চখ বোৰত আপুনি
নিজক কেতিয়াও সুখী কৰিব নোৱাৰে।
✍️ জুৰি দত্ত সোনোৱাল । - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - এলাগী বুলি ভবা জনলৈ 
অকলশৰীয়া হৈ পৰা 
সময়ত মনত পৰে বা
বিপদৰ সময়ত এলাগী
জনকহে কাষত পোৱা যায় ।
✍️ জুৰি দত্ত সোনোৱাল  - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - যাৰ ওচৰত মৰমৰ দাবীৰে
অধিকাৰ দেখুৱাব পাৰি,
যাৰ ওচৰত অভিমান কৰিব পাৰি,
যাৰ ওচৰত মনৰ ভিতৰৰ
 কথা বোৰ কৈ শান্তি পাব পাৰি,
যাক  কথা বোৰ খং  কৰিও কব
পাৰি, তেওঁকে নিজৰ কোনোবা
বা  একান্ত আত্মীয় বুলি ভবা হয় ।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - যেতিয়া আপোন ব্যক্তি বোৰক 
আপোনাৰ প্ৰয়োজন আৰু তেওঁ যদি
ইচ্ছা অনুযায়ী আপোনাৰ পৰা
 অকণমান সহায় বিচাৰিছে , তেতিয়া
আপুনি তেওঁৰ সন্মুখত নিজৰ অসুবিধা
সমূহৰ অজুহাতেৰে সেই সহায় কণ
কৰিবলৈ অমান্তি হয় তেতিহলে আপুনি
বহুত স্বাৰ্থপৰ হয় বা আপুনি তেওঁৰ
লগত আপোন হৈয়ো অন্তৰৰ পৰা
আপোন ভাবটো ৰাখিব পৰা নাই।
✍️ জুৰি দত্ত সোনোৱাল।
 - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - 
টোপনি,ভাগৰ,এলাহ আৰু
 ভয় এই গুণ কেইটাক 
আশ্ৰয়  দিয়া লোক সকলে
উন্নতিৰ জখলা বগাবলৈ 
কেতিয়াও  সক্ষম নহয়।
✍️ জুৰি দত্ত সোনোৱাল।

 - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - পৰিয়ালটোৰ সুখ -শান্তিৰ
কথা ভবাৰ লগতে ঘৰ এখনৰ 
 পৰিৱেশ - পৰিস্থিতিৰ
কথা চিন্তা কৰি
সংসাৰৰ সকলো
কাম নিয়াৰিকৈ চলাই নিবলৈ
এগৰাকী নাৰীয়ে নিজৰ শাৰীৰিক
কষ্ট,দুখ, ভাগৰ সকলো ত্যাগ
কৰিব পাৰে।
তথাপিও সকলোৱে কয়
গৃহিণীৰ একো কামেই নাই
দিনটো ঘৰত এনেইহে  থাকে।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - ভুল সকলোৰে হয়,
কিন্তু ভুল শুধৰাবলৈ সেই সকলে
চেষ্টা কৰে যি সকলৰ
মনত একো বেয়া ভাৱ নাথাকে
আৰু তেওঁ লোকে সম্বন্ধ এটা
সহজে হেৰুৱাবলৈ নিবিচাৰে।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal -  সম্পৰ্ক বোৰ 
সজীৱ কৰি ৰাখিবলৈ
বা দীৰ্ঘস্থায়ী কৰি 
ৰাখিবলৈ হ'লে 
পৰস্পৰে পৰস্পৰক
সময় আৰু সন্মান দুয়োটাই
দিব জানিব লাগিব।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - কাৰোবাক যদি কেতিয়াবা
উপকাৰ কৰে  আৰু 
 সেই উপকাৰৰ কথা
আনৰ আগত কৈ নিজৰেই 
গুণ গাবলৈ যায় 
তেতিয়া হ'লে সেই উপকাৰৰ
কোনো মূল্য নাথাকে, 
আৰু ভগৱানে ও সেই
ভাগ উপকাৰী 
কৰ্মক পুণ্য বুলি হিচাপ
নকৰে।
✍️ জুৰি দত্ত সোনোৱাল।
 - Made using Quotes Creator App, Post Maker App
0 likes 0 comments

Explore more quotes

juri dutta Sonowal
Quote by juri dutta Sonowal - আপুনি আনৰ পৰা
যিটো ব্যৱহাৰ আশা নকৰে,
 সেইটো ব্যৱহাৰ
আপুনিও আনক নকৰিব।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - হাজাৰ কষ্ট কৰিও
আপোনাৰ প্ৰতি আনৰ
মনোভাৱ সলনি কৰিব
নোৱাৰে,সেয়ে আনে কি 
ভাবিব সেইটোক গুৰুত্ব দি
নিজৰ সময় অপচয় কৰাতকৈ
নিজৰ উন্নতিৰ কথা ভাবি
কৰিব লগীয়া কাম বোৰ 
কৰিবলৈ অলপো সংকোশ
নকৰিব 🙏
✍️ জুৰি দত্ত সোনোৱাল  - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - স্পষ্ট বাদী মানুহৰ শত্ৰু বেছি
আৰু
সকলো কথাতে হয় ভৰ দি মূৰ
তল কৰি থকা জন সকলোৰে প্ৰিয়।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal -  মানুহে আনৰ ভুল বোৰ 
চকুত পেলোৱাৰ আগত 
নিজৰ ভুলবোৰ হিচাপ 
 কৰিলে সকলোৰে শান্তি হ'ব।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - যাৰ  বহুত টকা আছে
তেওঁৰ স্বাস্থ্য থিক নাই।
যাৰ ওচৰত ঘৰ সম্পত্তিৰ অভাৱ নাই
তেওঁ লোকৰ থাকিবলৈ মানুহ নাই।
যাৰ শিক্ষা বেছি আছে
তেওঁলোকে মানুহক কেনেদৰে
সন্মান দিব লাগে  নেজানে।
আৰু যাৰ স্বাস্থ্য ও থিকেই আছে
থাকিবলৈ ও মানুহ আছে আৰু
মানুহক সন্মানো দিব জানে
তেওঁলোকৰ ওপৰোক্ত এটিও নাই।
গতিকে ভগৱানে সকলোকে
সমান চকুৰে ই চায়।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - তোমাৰ প্ৰতি যাৰ ভাল ভাৱ নাই,
বা যি তোমাক কেতিয়াও
আপোন বুলি ভবা নাই তেওঁৰ বাবে
তুমি হাজাৰ ভাল চিন্তা কৰি
বা হাজাৰ ভাল কাম কৰিও
তোমাৰ প্ৰতি ভাল ভাৱ
আনিব নোৱাৰা।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
1 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - পৃথিৱীৰ সকলোতকৈ পৰম বন্ধু
হৈছে ব্যক্তিৰ নিজৰ শৰীৰটো ।
যেতিয়াৰ পৰা নিজৰ শৰীৰটোৱে
সুস্থ হৈ লগ নিদিয়া হ'ব,
তেতিয়াৰ পৰা সকলো সম্পৰ্কৰ
ওচৰতে আপোনাৰ গুৰুত্ব
কমি আহিব।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
1 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - যাৰ অন্তৰত কাৰো প্ৰতি একো
বেয়া ভাৱ নাথাকে, সকলোকে
 সমান চকুৰে চাই, তেওঁ আনকো
তেওঁৰ দৰেই বুলি ভাবি বিশ্বাস কৰি
লয় আৰু জীৱনৰ প্ৰতিটো
খোজতে আঘাত পায় আৰু
সদায় অৱহেলিত হৈয়ে থাকি যায়।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - যিমানেই তুমি কাৰোবাক
বেছিকৈ গুৰুত্ব দিবলৈ ল'বা
সিমানেই তেওঁৰ ওচৰত তুমি
গুৰুত্ব হীন হৈ পাৰিবা।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
1 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - আনৰ উন্নতি দেখি
আনৰ কাম বোৰ নকল
 কৰি আগবাঢ়িবলৈ চেষ্টা 
কৰাতকৈ নিজাকৈ কিবা
নতুন সৃষ্টি কৰি জীৱনটো আগুৱাই
নিয়াৰ চেষ্টা কৰিলে বেছি উন্নতি
হোৱাৰ আশা থাকে।
✍️ জুৰি দত্ত সোনোৱাল।
 - Made using Quotes Creator App, Post Maker App
0 likes 0 comments

Explore more quotes

juri dutta Sonowal
Quote by juri dutta Sonowal - জীৱনত সকলোবোৰ আকৌ
ঘুৰাই পোৱাৰ আশা থাকিলেও
সময়ৰ লগত হেৰাই যোৱা বিশ্বাস
আৰু সম্বন্ধ আকৌ এবাৰ ঘুৰাই
পোৱাৰ আশা কৰিব নোৱাৰি 
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - জীৱনত নোপোৱা খিনিক
লৈ দুখ কৰাতকৈ যি খিনি
পাইছে সেই খিনি হিচাপ কৰি 
সুখী হ'বলৈ চেষ্টা কৰিব লাগে ,
আৰু  নিজতকৈ দুখত থকা 
মানুহ খিনিৰ কথা ভাবিব লাগে,
কাৰণ সমাজত এনে একাংশ
 লোক আছে ,যি আপুনি-মই 
 সহজ ভাৱে পাই থকা  খিনি 
পাবলৈও হাহাকাৰ কৰি জীৱন 
অতিবাহিত কৰি আহিছে।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
3 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - যি আপোনাক হৃদয়ৰ
পৰা আপোন বুলি ভাবে
তেওঁ আপোনাৰ বিষয়ে
আনৰ আগত কেতিয়াও
বেয়াকৈ কব নোৱাৰে বা
আপোনাৰ বিষয়ে আনৰ পৰা
বেয়াকৈ একো শুনিবও
নোৱাৰে। 
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - আপোনাক কিমান মানুহে চিনি পাই
বা কিহৰ বাবে আপুনি বিখ্যাত সেইটো
 ডাঙৰ  কথা নহয়। আপোনাক  মানুহে
 কিয় আৰু কি গুণৰ বাবে চিনি পাই বা 
আপুনি কিহৰ বাবে বিখ্যাত হ'ব পাৰিছে
 সেইটোহে ডাঙৰ কথা ।
সুপ্ৰভাত 🙏
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - যদি মানুহে নিজে কৰা ভুল বোৰৰ
হিচাপ কৰিবলৈ লয় ,তেতিয়া তেওঁ আনৰ 
ভুল বোৰ বিচাৰ কৰিবলৈ সময়েই নাপাব।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - টকাই সকলো নহয় বুলি কোৱা
সকলে এইটো বুজি লোৱা দৰকাৰ
যে বৰ্তমান যুগত টকা থাকিলেহে সমাজত
এজন বিশিষ্ট ব্যক্তিৰ স্থান পাই। টকা
 থাকিলেহে  সমাজত প্ৰচলিত নিয়ম নীতি
সকলো ক্ষমা কৰি দিয়া হয়। টকা
থাকিলেহে  আইনৰ বিচাৰোঁ লঘূ
হয় ।টকা থাকিলেহে বন্ধুও বেছি হয়। টকা
 থাকিলেহে মানুহৰ‌ পৰা সন্মানো পাব পাৰি।
✍️ জুৰি দত্ত সোনোৱাল।
 - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - লাগিলে দোষ যাৰেই 
নহওক,কিন্তু সম্পৰ্ক বোৰত
 সদায় নিৰ্দোষী জনেহে 
কান্দিব লগীয়া হয় ।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - মানুহে কয় নাৰীৰ কোনো
ঘৰ নাই, কিন্তু পৃথিৱীৰ কোনো
এখন ঘৰেই নাৰী অবিহনে অসম্পূৰ্ণ।
ছাহজাহানে এগৰাকী মমতাজৰ বাবে
এবাৰ তাজমহল বনাইছিল।
কিন্তু পৃথিৱীৰ কোটি কোটি 
নাৰীয়ে নিজৰ ঘৰখনক 
তাজমহলৰ ৰূপ দিব
নোৱাৰিলেও মৰমেৰে 
আৱৰি ৰাখিছে।
✍️ জুৰি দত্ত সোনোৱাল।
সুপ্ৰভাত 🙏 - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - 
নিজৰ ওচৰত যি খিনি আছে
সেই খিনি লৈয়ে সদায় সুখী 
 হ'বলৈ চেষ্টা কৰক।
আনৰ কি আছে কিমান আছে
সেই খিনি চাই চিন্তা কৰি থাকিলে
জীৱনত সুখী হোৱাৰ পৰিবৰ্তে মন
সদায় অশান্ত হৈহে থাকিব।
সুপ্ৰভাত।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
juri dutta Sonowal
Quote by juri dutta Sonowal - 
বেছি ডাঙৰ মাত ওলিয়াওতে
নিজৰ শক্তি প্ৰয়োগ কৰাতকৈ 
সেই শক্তি নিজৰ শব্দত
ব্যৱহাৰ কৰিব লাগে ,
কিয়নো খেতি সদায় সীমাবদ্ধ
পানীতহে ভাল হয়
বানপানীত নহয়।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments

Explore more quotes