Sebina Yesmin profile
Sebina Yesmin
6 7 0
Posts Followers Following
Lab technician
Sebina Yesmin
Quote by Sebina Yesmin -    তোমাৰ প্ৰতি মোৰ ভালপোৱা ইমানেই বাঢ়ি গল
     এতিয়া তোমাৰ বাহিৰে মোৰ আন কাকোয়েই ভাল নলগা হল🥺💗
 - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
Sebina Yesmin
Quote by Sebina Yesmin - টোপনিৰ পৰা উঠিয়েই প্ৰথমে মনত পৰা ব্যক্তিজন তুমি🥹❤️‍🩹 - Made using Quotes Creator App, Post Maker App
0 likes 0 comments
Sebina Yesmin
Quote by Sebina Yesmin - 
Heyy


                       is for u - Made using Quotes Creator App, Post Maker App
5 likes 0 comments
Sebina Yesmin
Quote by Sebina Yesmin - তুমি কাষত নাই যদিও 
তোমাৰ উপস্থিতি আজিও অনুভৱ কৰোঁ।
এনেকুৱা লাগে যেন তুমি সদায় মোৰ লগতে আছা ।yu - Made using Quotes Creator App, Post Maker App
8 likes 0 comments
Sebina Yesmin
Quote by Sebina Yesmin - সমস্যা অসংখ্য.....
সমাধান মাত্ৰ তুমি। - Made using Quotes Creator App, Post Maker App
10 likes 2 comments
Sebina Yesmin
Quote by Sebina Yesmin - হিয়াৰ গভীৰ প্ৰেমৰ সুবাস তুমি
 মোৰ কোমল হৃদয়ৰ ব্যকুলতা তুমি 
পুৱাৰ পোহৰৰ জিলিকণি তুমি
মাজনিশা মোৰ সপোনৰ সাৰথি তুমি - Made using Quotes Creator App, Post Maker App
7 likes 1 comments